← Back

আজি ১৮ আগষ্ট তাৰিখে কে চি দাস কমাৰ্চ কলেজৰ ২০২৫ বৰ্ষৰ নৱাগত আদৰণী সভাখন অনুষ্ঠিত হয়। পুৱা ৯ বজাৰপৰা শ্ৰেষ্ঠ নৱাগত আৰু শ্ৰেষ্ঠ নৱাগতা প্ৰতিযোগিতাৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়