K.C. Das Commerce College

Chatribari, Guwahati - 781008

Assam, India

কে চি দাস কমাৰ্চ কলেজ
ছাত্ৰীবাৰী, গুৱাহাটী - ৭৮১০০৮
অসম, ভাৰত
ACCREDITED BY NAAC WITH B+ GRADE
মহাবিদ্যালয় সংগীত
"বিদ্যা নামঃ নৰস্য ৰূপম্ অধিকম্
প্ৰসন্নগুপ্তম্ ধনম্
বিদ্যা ভোগকাৰী যশঃ সুখকাৰী
বিদ্যা গুৰু নাং গুৰু
বিদ্যা ৰাজসু পুজিতম্
নতু ধনম্
বিদ্যা বিহীন পশু"
ক্লান্ত ধূসৰ নগৰ কোণৰ প্ৰজ্ঞাৰ মহালয়
পৰশ কাঠিৰে প্ৰসাৰিত কৰে
মনৰ দিগ্ বলয় ।
মহাতীৰ্থত গুঞ্জৰিত স্পৰ্শকাতৰ ধ্বনি
বন্ধ কপাট উন্মুক্ত নিগৰিল সুৰধুনি
নয়নে প্ৰাণে লালন কৰিলে স্বপ্ন মায়াময়
স্তব্ধ হৃদয় সঞ্জীৱিত
দগ্ধ পৰাণ উজ্জীৱিত
সহযাত্ৰী আজি বাণিজ্য
পৃথিৱী আলোকময়
দ্ৰোণাচাৰ্য্যৰ প্ৰয়োগশালাৰ
দিলে আধুনিক ৰূপ
মহা মনিষাৰ ধাৰাত বিলীন
প্ৰাচীন ভগ্নস্তূপ
শত জনেলৈ জ্ঞানৰ ৰশ্মি
কৰিব দিগ্ বিজয়।
সুৰ ৰচনা
শ্ৰী দামোদৰ বৰা ডঃ বিৰিঞ্চি কুমাৰ মেধি

Contact Us
K.C. Das Commerce College
Chatribari, P.O. Rehabari, Guwahati
Pin: 781 008, ASSAM (India)
Email - kcdccollege@gmail.com
Phone - 0361-2733691